- Advertisement -spot_img

CATEGORY

অন্যান্য বা-বাতৰি

আজি বিশ্ব ব্ৰেইল দিৱস

        আজি বিশ্ব ব্ৰেইল দিৱস। দৃষ্টিশক্তিহীন লোকৰ বাবে ব্ৰেইল লিপিৰ আৱিষ্কাৰক লুই ব্ৰেইলৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৪ জানুৱাৰীত এই দিৱস পালন কৰা...

পৰমাণু যুদ্ধ ভৱিষ্যতে এৰাই চলিবৰ বাবে সন্মতি প্ৰকাশ বিশ্বৰ পাঁচখন দেশৰ

আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স আৰু চীনে পৰমাণু অস্ত্ৰ আৰু পৰমাণু যুদ্ধ ভৱিষ্যতে এৰাই চলিবৰ বাবে সন্মতি প্ৰকাশ কৰিছে। পৰমাণু শক্তিধৰ পাঁচখন দেশৰ ক্ৰেমলিনৰ...

হিৰো এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী হকী প্ৰতিযোগিতাৰ চূড়ান্ত খেলত কোৰিয়াৰ বিজয়ৰ খিতাপ অৰ্জন

ঢাকাত কালি অনুষ্ঠিত হিৰো এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী হকী প্ৰতিযোগিতাৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত কোৰিয়াই জাপানক পৰাভূত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। ৫খন দেশে অংশগ্ৰহণ কৰা...

কোৱিডৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় হকী লীগৰ শীতকালীন অলিম্পিকলৈ খেলুৱৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত

কোৱিড-১৯ৰ ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় হকী লীগ চমুকৈ NHL-এ বেইজিঙ শীতকালীন অলিম্পিকৰ বাবে পুৰুষৰ আইচ হকী প্ৰতিযোগিতাৰ বাবে খেলুৱৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ...

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দেওবাৰে টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত নিউজিলেণ্ড-অষ্ট্ৰেলিয়া দল

ডুবাইত আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অহা দেওবাৰে হ’বলগীয়া টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত নিউজিলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। যোৱা নিশা ডুবাইত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই পাকিস্তানক...

জাৰ্মানীত নতুন সংসদ গঠনৰ বাবে নিৰ্বাচন

        জাৰ্মানীত এখন নতুন সংসদ গঠনৰ বাবে কালি নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনৰ জৰিয়তে ৬৭ বছৰীয়া এঞ্জেলা মাৰ্কেলৰ স্থানত এগৰাকী নতুন চেঞ্চেলৰ বাচনি কৰা হ’ব।...

‘পৰ্যটন খণ্ডই বিশ্বৰ অৰ্থনৈতিক আৰু সামাজিক সকলো দিশকে স্পৰ্শ কৰিছে’ – এণ্টনিঅ’ গুটাৰ্ছ

        বিশ্ব পৰ্যটন দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰ্ছে কয় যে পৰ্যটন খণ্ডই বিশ্বৰ অৰ্থনৈতিক আৰু সামাজিক সকলো দিশকে স্পৰ্শ কৰিছে। এই বছৰৰ পৰ্যটন...

আমেৰিকা যুক্তৰাষ্ট্ৰত সন্ত্ৰাসবাদীৰ 9/11 আক্ৰমণৰ আজি ২০ বছৰীয়া জয়ন্তী

আমেৰিকা যুক্তৰাষ্ট্ৰত সন্ত্ৰাসবাদীয়ে কৰা ভয়াৱহ আক্ৰমণৰ আজি ২০ বছৰীয়া জয়ন্তী পালন কৰা হৈছে। নিউয়ৰ্কৰ টুইন টাৱাৰৰ লগতে পেণ্টাগনত ২০০১ চনৰ ১১ ছেপ্টেম্বৰত অপহৰণ কৰা...

বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ষষ্ঠ দিনাও সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

পেগাছাছ চোৰাংচোৱাগিৰি কেলেংকাৰি, কৃষি আইন আৰু অন্যান্য বিষয়কলৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজিও সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত হয়৷ হুস্থূলীয়া পৰিস্থিতিৰ বাবে উভয়...

টিউনিছিয়াৰ প্ৰধানমন্ত্ৰী হিশ্বেম মেকিচিক পদচ্যুত কৰাৰ লগতে তেওঁৰ চৰকাৰখনক বৰ্খাস্ত কৰা বুলি ঘোষণা ৰাষ্ট্ৰপতি কাইছ ছাইদৰ

টিউনিছিয়াৰ ৰাষ্ট্ৰপতি কাইছ ছাইদে দেশখনৰ প্ৰধানমন্ত্ৰী হিশ্বেম মেকিচিক পদচ্যুত কৰাৰ লগতে তেওঁৰ চৰকাৰখনক বৰ্খাস্ত কৰা বুলি ঘোষণা কৰিছে৷ সমগ্ৰ দেশজুৰি হিংসাত্মক প্ৰতিবাদে গা কৰি...

Latest news

- Advertisement -spot_img