বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ কোৱিড প্ৰতিষেধকৰ ১৫৩ কোটি ৯০ লাখৰো অধিক পালি যোগান

0
825

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ কোৱিড প্ৰতিষেধকৰ ১৫৩ কোটি ৯০ লাখৰো অধিক পালি যোগান ধৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত এতিয়াও ১৮ কোটি ৪৩ লাখৰো অধিক পালি প্ৰতিষেধক মজুত আছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিনামূলীকৈ কোৱিড প্ৰতিষেধক যোগান ধৰি সহায় কৰি আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here