নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ কাৰ্যকৰীকৰণ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি

0
147

নাগালেণ্ডত আজিৰে পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ কাৰ্যকৰীকৰণ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ড সম্প্ৰতি অশান্ত আৰু বিপজ্জনক স্থিতিত আছে বুলি মতপোষণ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত নাগৰিক শক্তিৰ সহায়ক হোৱাকৈ সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰীকৰণ অত্যন্ত প্ৰয়োজনীয় বুলি চৰকাৰে মন্তব্য কৰিছে। মন্ত্ৰ্যালয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা সমগ্ৰ নাগালেণ্ড ৰাজ্যখনত ছমাহ সময়সীমাৰ বাবে অশান্ত ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here