নাগালেণ্ডত আজিৰে পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ কাৰ্যকৰীকৰণ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ড সম্প্ৰতি অশান্ত আৰু বিপজ্জনক স্থিতিত আছে বুলি মতপোষণ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত নাগৰিক শক্তিৰ সহায়ক হোৱাকৈ সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰীকৰণ অত্যন্ত প্ৰয়োজনীয় বুলি চৰকাৰে মন্তব্য কৰিছে। মন্ত্ৰ্যালয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা সমগ্ৰ নাগালেণ্ড ৰাজ্যখনত ছমাহ সময়সীমাৰ বাবে অশান্ত ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে।
Home Uncategorized নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ কাৰ্যকৰীকৰণ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি
Recent
ৰাছিয়া-ইউক্ৰেইন সংঘাতে প্ৰথমবাৰৰ বাবে বিশ্বত স্থানচ্যুত লোকৰ সংখ্যা ১০ কোটিলৈ বৃদ্ধি...
ৰাছিয়া-ইউক্ৰেইন সংঘাতে প্ৰথমবাৰৰ বাবে বিশ্বত স্থানচ্যুত লোকৰ সংখ্যা ১০ কোটিলৈ বৃদ্ধি কৰিছে। ৰাষ্ট্ৰসংঘই এই কথা প্ৰকাশ কৰিছে। সংস্থাটোৰ শৰণাৰ্থী উচ্চায়ুক্তই প্ৰকাশ কৰা অনুসৰি সংঘাত,...
National
ঘেঁহুৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা কিছু শিতিল কৰাৰ কথা ঘোষণা...
চৰকাৰে ঘেঁহুৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা কিছু শিতিল কৰাৰ কথা ঘোষণা কৰিছে। সেই মৰ্মে ১৩ মে’ৰ পূৰ্বে সীমা শুল্ক বিভাগৰ ওচৰত পৰীক্ষাৰ বাবে...