আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

0
101
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। মুক্ত আৰু দায়িত্বশীল প্ৰেছৰ সংকল্পৰে প্ৰতিবছৰে ১৬ নৱেম্বৰত এই দিৱস পালন কৰা হয়। আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই সংবাদ মাধ্যমৰ উচ্চ মান বৰ্তাই ৰখাৰ লগতে মাধ্যমটোক যিকোনো প্ৰভাৱ অথবা ভাবুকিৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যে নৈতিক প্ৰহৰী হিচাপে কাম আৰম্ভ কৰিছিল। এই উপলক্ষে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই হু ইজ নট এফ্ৰেইড অব্ মিডিয়া সন্দৰ্ভত এলানি আলোচনা চক্ৰৰ আয়োজন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here