মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 16, 2021
5:58PM

১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুতৰ নতুন নিৰিখ কাৰ্যকৰী হ’ব

ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১৫ ৰ পৰা ২০ পইচা হ্ৰাস হ’ব। অসম ৰাজ্যিক বিদ্যু নিয়মক আয়োগে এইকথা প্ৰকাশ কৰি কৈছে যে ২ শতাংশ মাচুল হ্ৰাসৰ এই নতুন নিৰিখ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। আয়োগে প্ৰকাশ কৰা অনুসৰি ২০২১-২০২২ বিত্তীয় বৰ্ষৰ বাবে বিদ্যু মাচুল নিৰ্ধাৰণৰ সন্দৰ্ভত লোৱাৰ শুনানিৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ঘৰুৱা আৰু বাণিজ্যিক ক্ষেত্ৰত বিদ্যুত মাচুল প্ৰতি ইউনিটত ২০ পইচাকৈ হ্ৰাস হোৱাৰ বিপৰীতে অন্যান্য গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ১৫ পইচাকৈ হ্ৰাস পাব। অৱশ্যে নিৰ্ধাৰিত মাচুলৰ ক্ষেত্ৰত নিৰিখৰ কোনো সালসলনি কৰা হোৱা নাই। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4