মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 15, 2021
7:04PM

১৪৩ বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসত ২০০ গৰাকী বাওঁহতীয়া বেটছমেনক আউট কৰা প্ৰথমগৰাকী খেলুৱৈ ৰবীচন্দন অশ্বিন

File Photo
ভাৰতৰ অফ স্পীনাৰ ৰবীচন্দন অশ্বিন ১৪৩ বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসত ২০০ গৰাকী বাওঁহতীয়া বেটছমেনক আউট কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্ট খেলত খেলুৱৈগৰাকীয়ে এই অভিলেখ স্থাপন কৰে। অশ্বিনে এতিয়ালৈ ৩৯১ টা উইকেট লৈছে আৰু ইয়াৰে ৫১.০২ শতাংশ বাওঁহতীয়া বেটছমেন।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4