মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Apr 08, 2021
6:42PM

১১ এপ্ৰিলৰ পৰা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কৰ্মস্থলীত কোৱিড-১৯ৰ প্ৰতিষেধক প্ৰদান

File Photo
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১১ এপ্ৰিলৰ পৰা প্ৰায় ১০০ জন যোগ্য হিতাধিকাৰী থকা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কৰ্মস্থলীত কোৱিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ অনুমতি প্ৰদান কৰিছে। ৰাজ্য আৰু স্বাস্থ্য সচিব সকললৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব ৰাজেশ ভূষণে ৪৫ বছৰ বা ইয়াৰ ঊৰ্ধ্বৰ কৰ্মচাৰীসকলকৰ বাবে টীকাকৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5