মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ            কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে            সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি            আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ           

Apr 08, 2021
6:41PM

স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰাজেন্দ্ৰ কে ধামিজাই সকলোককে কোৱিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান

File Photo
লেডী হাৰ্ডিঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰাজেন্দ্ৰ কে ধামিজাই কৈছে যে, দেশত কোৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে সকলোৱে প্ৰতিষেধক গ্ৰহণৰ বাবে ওলাই অহা উচিত। কোৱিড-১৯ সন্দৰ্ভত আকাশবাণীযোগে প্ৰচাৰিত এটা বিশেষ আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশেষজ্ঞগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে, কোৱিড-১৯ৰ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা আছে, যিবোৰ সকলোৱে মানি চলা উচিত।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0