A-
A
A+
সৰ্বশেষ :
Feb 27 2021 8:19PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি
          
অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ
          
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা
          
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১
          
কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান
          
Feb 23, 2021
,
7:46PM
মিজোৰামত আজিৰে পৰা ৰাজ্যিক বিধানসভা অধিৱেশন
File Photo
মিজোৰামত আজিৰে পৰা ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। ৰাজ্যপাল পি এছ শ্ৰীধাৰণ পিল্লাই দিয়া ভাষণেৰে অধিৱেশন আৰম্ভ হয়। তেওঁ ভাষণ সম্বোধনত কয় যে, বৰ্তমানৰ চৰকাৰে খাদ্য উৎপাদন আৰু কৃষি কৰ্মত স্বাবলম্বিতা লাভ কৰিবলৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে, ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ সাফল্য আৰু দৃষ্টিভংগীৰ বিষয়েও আলোকপাত কৰিছে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-26 Feb 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
33.2
15.2
মুম্বাই
36.0
21.2
চেন্নাই
32.2
20.4
কলকাতা
36.3
21.6
বাংগালুৰু
33.0
17.4