A-
A
A+
সৰ্বশেষ :
Feb 27 2021 8:19PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি
          
অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ
          
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা
          
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১
          
কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান
          
Jan 18, 2021
,
6:39PM
ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চতুৰ্থ দিনৰ অন্তিমখন টেষ্ট
AIR
ব্ৰীছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন টেষ্টৰ আজি চতুৰ্থ দিনা ঘৰুৱা দল অষ্ট্ৰেলিয়াই নিজৰ দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৯৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ লগে লগে দলটোৱে প্ৰথম ইনিংছৰ আধাৰত সামগ্ৰিকভাৱে ৩২৭ ৰানৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত আমালৈ অহা শেহতীয়া বাতৰি মতে ভাৰতে এটাও উইকেট নেহেৰুৱাকৈ ৪ ৰান সংগ্ৰহ কৰি খেলি আছিল।
ইয়াৰ পূৰ্বে ভাৰতে নিজৰ প্ৰথম ইনিংচত আটাইকেইটা উইকেট হেৰুৱাই ৩৩৬ ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৩৬৯ ৰান সংগ্ৰহ কৰিছিল।
চাৰিখনীয়া টেষ্ট মেচ শৃংখলাৰ এডিলেইডত অনুষ্ঠিত প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই জয়লাভ কৰাৰ বিপৰীতে মেলব’ৰ্নত অনুষ্ঠিত দ্বিতীয়খনত ভাৰতে জয়লাভ কৰে। আনহাতে, ছিডনীত অনুষ্ঠিত তৃতীয় টেষ্ট মেচখন ড্ৰ হৈছিল।
আনুসংগিক বাতৰি
ছিডনীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতক ৩৭৫ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ
চলিত এদিনীয়াত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত
ছিডনীত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৩৯০ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ
ছিডনীত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক ৫১ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ শৃংখলা দখল
ব্ৰিছবেনত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অন্তিমখন টেষ্ট
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাৰ ব্ৰিছবেনত অনুষ্ঠিত চতুৰ্থখন টেষ্ট শৃংখলা ১-১ত ড্ৰ’
বৰষুণৰ বাবে স্থগিত ব্ৰিছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ অন্তিমখন টেষ্ট
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-26 Feb 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
33.2
15.2
মুম্বাই
36.0
21.2
চেন্নাই
32.2
20.4
কলকাতা
36.3
21.6
বাংগালুৰু
33.0
17.4