মুখ্য বাতৰি
আত্মনিৰ্ভৰ ভাৰত অভিযানক উদগণি যোগোৱাৰ উদ্দেশ্যে ১০১ বিধ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ            প্ৰধানমন্ত্ৰীয়ে আজি কিষাণ যোজনাৰ অধীনত ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁঠনি পুঁজিৰ শুভাৰম্ভ কৰে            ভাৰত ত্যাগ আন্দোলনৰ ৭৮ সংখ্যক বাৰ্ষিকীত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি            ভাৰতত কোৱিড-১৯ ৰ আৰোগ্যৰ হাৰ ৬৮ দশমিক ৩-২ শতাংশলৈ বৃদ্ধি            ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ কাৰ্য ৰূপায়ণ পদ্ধতি সন্দৰ্ভত জনসাধাৰণৰ মতামত আহ্বান           

Mar 16, 2020
9:17PM

দেশৰ নিৰ্মানখণ্ডৰ বাহিৰে সকলো প্ৰধানখণ্ডত নিয়োগ বৃদ্ধি

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ কুমাৰ গেংৱাৰে আজিলোকসভাত কয় যে দেশত নিৰ্মাণখণ্ডৰ বাহিৰে সকলো প্ৰধান খণ্ডতে নিয়োগ বৃদ্ধি পাইছে।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্ৰম ব্যুৰই ২০১৬ চনৰ এপ্ৰিলৰ পৰা ত্ৰিমাসক নিয়োগ জৰীপআৰম্ভ কৰিছিল আৰু ইয়াৰ জৰিয়তে ৮টা প্ৰধান খণ্ডৰ পৰিসৰ বৃদ্ধি কৰা হৈছিল।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Aug 2020
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 35.0 28.0
মুম্বাই 30.0 25.0
চেন্নাই 36.0 28.0
কলকাতা 33.0 28.0
বাংগালুৰু 28.0 21.0