মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 22, 2021
7:13PM

দিল্লীত যোৱা ২৪ ঘণ্টাত ১৪৫ জন লোকৰ দেহলৈ কোৱিড-১৯ সংক্ৰমণ

AIR
দিল্লীত বিগত ২৪ ঘণ্টাত ১৪৫ জন লোকৰ দেহত নতুনকৈ কোৱিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। ইয়াকে লৈ ৰাষ্ট্ৰীয় ৰাজধানীখনত এতিয়ালৈকে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬ লাখ ৩৭ হাজাৰ ৯০০ লৈ বৃদ্ধি পাইছে। ইপিনে, যোৱা ২৪ ঘণ্টাত কোৱিড-১৯ৰ ফলত পুনৰ ২ জন লোকৰ মৃত্যু হোৱাত দিল্লীত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০ হাজাৰ ৯০০ হৈছে। এই সময়ছোৱাত নতুনকৈ ৯৭ জন লোক আৰোগ্য হৈ উঠাৰ পাছত এতিয়ালৈকে কোৱিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৬ লাখ ২৫ হাজাৰ ৯২৯ লৈ বৃদ্ধি পালে। বৰ্তমান দিল্লীত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ ১,০৭১ জন লোক চিকিৎসাধীন হৈ আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4