A-
A
A+
সৰ্বশেষ :
Feb 27 2021 8:19PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি
          
অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ
          
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা
          
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১
          
কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান
          
Feb 22, 2021
,
7:13PM
দিল্লীত যোৱা ২৪ ঘণ্টাত ১৪৫ জন লোকৰ দেহলৈ কোৱিড-১৯ সংক্ৰমণ
AIR
দিল্লীত বিগত ২৪ ঘণ্টাত ১৪৫ জন লোকৰ দেহত নতুনকৈ কোৱিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। ইয়াকে লৈ ৰাষ্ট্ৰীয় ৰাজধানীখনত এতিয়ালৈকে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬ লাখ ৩৭ হাজাৰ ৯০০ লৈ বৃদ্ধি পাইছে। ইপিনে, যোৱা ২৪ ঘণ্টাত কোৱিড-১৯ৰ ফলত পুনৰ ২ জন লোকৰ মৃত্যু হোৱাত দিল্লীত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০ হাজাৰ ৯০০ হৈছে। এই সময়ছোৱাত নতুনকৈ ৯৭ জন লোক আৰোগ্য হৈ উঠাৰ পাছত এতিয়ালৈকে কোৱিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৬ লাখ ২৫ হাজাৰ ৯২৯ লৈ বৃদ্ধি পালে। বৰ্তমান দিল্লীত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ ১,০৭১ জন লোক চিকিৎসাধীন হৈ আছে।
আনুসংগিক বাতৰি
ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ নিয়ন্ত্ৰনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭ টা কেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তত বছা বছা বিমান বন্দৰ পৰিদৰ্শন কৰিব।
চীনত কোৰোনা বাজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে।
ক’ৰ’না ভাইৰাছঃ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি
কোৰ’ণা ভাইৰাছ - বিশেষ জৰুৰী নহ’লে চীনলৈ নাযাবলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ আহ্বান
সীমান্ত হাটেৰে কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকাঃ অৰুণাচল প্ৰদেশত সতৰ্কতা
ভাৰতবৰ্ষত ক’ৰ’না ভাইৰাছৰ নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭টা কেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তৰ বছা বছা বিমানবন্দৰ পৰিদৰ্শন কৰিব।
চীনৰ কোৰোনা বীজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি, কোনো ভাৰতীয় লোক আক্ৰান্ত হোৱা নাই
চীনৰ কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে আৰু ভাইৰাছত ২,৭৫০ জনতকৈ অধিক লোক আক্ৰান্ত হৈছে।
দেশৰ কোনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই : স্বাস্থ্য মন্ত্ৰ্যালয়
ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ আহ্বান বিশ্ব বেংকৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-26 Feb 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
33.2
15.2
মুম্বাই
36.0
21.2
চেন্নাই
32.2
20.4
কলকাতা
36.3
21.6
বাংগালুৰু
33.0
17.4