A-
A
A+
সৰ্বশেষ :
Apr 11 2021 8:31PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ
          
৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
          
আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে
          
কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি
          
কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ
          
Mar 27, 2021
,
8:14PM
চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডে ভাৰতক ৬ উইকেটত পৰাস্ত
@cricket
পুনেত কালি অনুষ্ঠিত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডে ভাৰতক ৬ উইকেটত পৰাস্ত কৰে। ৩৩৭ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি আলহী দল ইংলেণ্ডে ৩৯ টা বল বাকী থাকোতে খেলখনত জয়ী হৈ শৃংখলাত ১-১ত সমতা স্থাপন কৰে। ইংলেণ্ডৰ হৈ জনী বেয়াৰষ্ট’ৱে ১১২ টা বলত ১২৪ ৰান সংগ্ৰহ কৰাৰ লগতে বেন ষ্ট’কছে ৫২ টা বলত ১০ টা ছিক্সাৰৰ সহায়ত ১১২ ৰান সংগ্ৰহ কৰে। জনী বেয়াৰষ্ট’কপ্লেয়াৰ অব্ দ্য মেচ হিচাপে সন্মানীত কৰা হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই ২ টা আৰু ভুবনেশ্বৰ কুমাৰে ১ টা উইকেট দখল কৰে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন এদিনীয়া খেল কাইলৈ অনুষ্ঠিত হ’ব।
আনুসংগিক বাতৰি
ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ সহজ বিজয়
ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনা ভাৰতৰ ৩০০ ৰান সংগ্ৰহ
কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্ৰিকেট
ভাৰত-ইংলেণ্ড ক্ৰিকেটঃ ভাৰতৰ ২৯৪ ৰান সংগ্ৰহ
নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেল
বৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত ভাৰত ৭১ পইণ্টেৰে শীৰ্ষ স্থানত
আজি ভাৰত ইংলেণ্ডৰ মাজত দ্বিতীয়খন টি-টুৱেণ্টী ক্ৰিকেট
দ্বিতীয়খন টী-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতে ইংলেণ্ডক ৭ উইকেটত পৰাজিত কৰি শৃংখলাটোত সমতা স্থাপন
নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টী-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট
আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-টুৱেণ্টী ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-11 Apr 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
37.2
16.0
মুম্বাই
33.5
24.0
চেন্নাই
34.1
27.4
কলকাতা
36.5
26.2
বাংগালুৰু
33.8
21.5