মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Apr 08, 2021
6:29PM

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু ঔদ্যোগিক মন্ত্ৰ্যালয়ৰ বিশেষ কৰ্মশালাৰ আয়োজন

File Photo
কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু ঔদ্যোগিক মন্ত্ৰ্যালয় চমুকৈ এম এছ ডি ই-য়ে আজি ছিকিমৰ ৰাজধানী গেংটকত প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনাৰ তৃতীয় পৰ্যায়ৰ নীতি-নিয়মসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বিশেষ কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাৰ জৰিয়তে উত্তৰ-পূবৰ ক্ষেত্ৰসমূহত এই যোজনা আৰম্ভ কৰিবলৈ লোৱা হৈছে। কৰ্মশালাখনত ছিকিমকে ধৰি অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰায়ো অংশগ্ৰহণ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5