A-
A
A+
সৰ্বশেষ :
Apr 11 2021 8:31PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ
          
৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
          
আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে
          
কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি
          
কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ
          
Apr 08, 2021
,
7:59PM
কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু দিল্লীত কোৱিডৰ প্ৰতিষেধক প্ৰদান ত্বৰান্বিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
File Photo
কেন্দ্ৰই মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু দিল্লীত কোৱিড-১৯ৰ প্ৰতিষেধক প্ৰদান অভিযান ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় শুধৰণিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব মনোহৰ অগ্নানিয়ে পঞ্জাৱ, দিল্লী আৰু মহাৰাষ্ট্ৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ প্ৰধান সচিবলৈ লিখা এখন পত্ৰত শ্ৰীঅগ্নানিয়ে কৈছে যে, ৰাজ্যখনলৈ এই প্ৰতিষেধকৰ ১ কোটি ৬ লাখৰো অধিক পালি যোগান ধৰা হৈছে আৰু ৯০ লাখ ৫৩ হাজাৰ পালি ইতিমধ্যে প্ৰদান কৰা হৈছে। তেওঁ কয় যে, কোৱিড-১৯ প্ৰতিষেধক প্ৰদান অভিযানৰ বিশদ বিশ্লেষণৰ জৰিয়তে এই কথা পোহৰলৈ আহিছে যে, কোৱিড-১৯ প্ৰতিষেধক গ্ৰহণৰ বাবে পঞ্জীয়নভুক্ত স্বাস্থ্যকৰ্মীসকলৰ ভিতৰত ৮৫.৯৫ শতাংশই এতিয়ালৈকে এই প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে প্ৰায়, ৪১ শতাংশই পঞ্জীয়নভুক্ত স্বাস্থ্য কৰ্মীয়েহে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। তেওঁ কয় যে, এই পৰিমাণ ৰাষ্ট্ৰীয় হাৰতকৈ তলত আছে আৰু সেয়েহে এই অভিযান অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। ইপিনে পঞ্জাৱৰ প্ৰধান সচিবলৈ লিখা পত্ৰত শ্ৰীঅগ্নানিয়ে কয় যে, ৰাজ্যখনৰ বাবে ২২ লাখ ৩৬ হাজাৰৰো অধিক পালি যোগান ধৰা হৈছে আৰু ইয়াৰ ভিতৰত ১৪ লাখ ৯৪ হাজাৰ পালি প্ৰদান কৰা হৈছে। সেইদৰে, দিল্লীৰ উপলভ্য কৰোৱা ২৩ লাখ ৭০ হাজাৰৰো অধিক পালিৰ ভিতৰত প্ৰায় ১৮ লাখ ৭০ হাজাৰ পালিহে প্ৰদান কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে।
আনুসংগিক বাতৰি
ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ নিয়ন্ত্ৰনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭ টা কেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তত বছা বছা বিমান বন্দৰ পৰিদৰ্শন কৰিব।
চীনত কোৰোনা বাজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে।
ক’ৰ’না ভাইৰাছঃ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি
কোৰ’ণা ভাইৰাছ - বিশেষ জৰুৰী নহ’লে চীনলৈ নাযাবলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ আহ্বান
সীমান্ত হাটেৰে কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকাঃ অৰুণাচল প্ৰদেশত সতৰ্কতা
ভাৰতবৰ্ষত ক’ৰ’না ভাইৰাছৰ নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭টা কেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তৰ বছা বছা বিমানবন্দৰ পৰিদৰ্শন কৰিব।
চীনৰ কোৰোনা বীজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি, কোনো ভাৰতীয় লোক আক্ৰান্ত হোৱা নাই
চীনৰ কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে আৰু ভাইৰাছত ২,৭৫০ জনতকৈ অধিক লোক আক্ৰান্ত হৈছে।
দেশৰ কোনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই : স্বাস্থ্য মন্ত্ৰ্যালয়
ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ আহ্বান বিশ্ব বেংকৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-11 Apr 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
37.2
16.0
মুম্বাই
33.5
24.0
চেন্নাই
34.1
27.4
কলকাতা
36.5
26.2
বাংগালুৰু
33.8
21.5