A-
A
A+
সৰ্বশেষ :
Apr 11 2021 8:31PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ
          
৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
          
আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে
          
কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি
          
কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ
          
Apr 07, 2021
,
7:40PM
কালি অসম, পশ্চিমবংগকে ধৰি আন ৩ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন
File Photo
অসম আৰু পশ্চিমবংগৰ তৃতীয় পৰ্যায়ৰ লগতে তামিলনাডু, কেৰালা আৰু পুডুচেৰীত কালি এটা পৰ্যায়ত হোৱা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন হয়।
এই পৰ্যায়ত সামগ্ৰিকভাৱে ৮২.৭৭, পশ্চিমবংগত ৭৯.১৪ শতাংশ, কেৰালাত ৭৪.০৩ শতাংশ, তামিলনাডুত ৭২.৭৮ শতাংশ আৰু পুডুচেৰীত ৮১.৬৮ শতাংশ ভোটদান হয়।
অসমত এই পৰ্যায়ত সামৰি লোৱা ৪০ টা সমষ্টিত ২৫ গৰাকী মহিলাকে ধৰি ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব। ইয়াৰে ভিতৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, নেডাৰ আহ্বায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, চন্দ্ৰমোহন পাটোৱাৰী, চন্দন ব্ৰহ্ম, ফণীভূষণ চৌদুৰী আৰু প্ৰমিলাৰাণী ব্ৰহ্ম অন্যতম।
আনহাতে, পশ্চিমবংগ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ ৩১ টা সমষ্টিৰ বাবে ১৩ গৰাকী মহিলাসহ মুঠ ২০৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপি আৰু তৃণমূল কংগ্ৰেছে এই ৩১ খন আসনৰ আটাইকেইখনতে প্ৰাৰ্থিত্ব দিছে।
ইপিনে, ২৩৪ খন আসনযুক্ত তামিলনাডু বিধানসভাৰ নিৰ্বাচনত ৪১১ গৰাকী মহিলাকে ধৰি ৩,৯৯৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব। ৰাজ্যখনত ৬ কোটি ৬২ লাখৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰে। ইপিনে, কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ ৩০ টা আৰু কেৰালাৰ ১৪০ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে।
বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে কালি তামিলনাডুৰ কন্যাকুমাৰী আৰু কেৰালাৰ মালাপ্পুৰম সংসদীয় সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হয়। এই উপ-নিৰ্বাচনত কন্যাকুমাৰীত ৬৮.৮০ শতাংশ আৰু মালাপ্পুৰমত ৭৪.৫৭ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে।
আনুসংগিক বাতৰি
অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ
বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰা উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে আলোচনা
অসমত নিৰ্বাচনী আচৰণ বিধি বলবৎ
বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত দৰং জিলাৰ উপায়ুক্তৰ সংবাদমেল
বিধানসভা নিৰ্বাচনৰ দিন-বাৰ ঘোষণাৰ পাছতে ৰাজ্যত ৰাজনৈতিক গতিবিধিৰ নতুন মাত্ৰা
নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই সংবাদমেল সম্বোধন
অসমত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ অধিসূচনা জাৰি
অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৭০ টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা
অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান
অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিশেষ সজাগতা
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-11 Apr 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
37.2
16.0
মুম্বাই
33.5
24.0
চেন্নাই
34.1
27.4
কলকাতা
36.5
26.2
বাংগালুৰু
33.8
21.5