মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 23, 2021
8:24PM

কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্ৰিকেট

File Photo
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ আহমেদাবাদৰ মটেৰাৰ বিশ্বৰ সৰ্ববৃহৎ চৰ্দাৰ পেটেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, দুয়োটা দলেই একোখনকৈ খেলত জয়লাভ কৰি শৃংখলাটোত সমতা স্থাপন কৰি আছে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4