মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 17, 2021
7:55PM

আৰ্টফেডৰ পৰিচালন সঞ্চালক সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ সত্যতা সন্দৰ্ভত কৰ্মচাৰী সন্থাৰ বিবৃতি

File Photo
অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সমবায় প্ৰতিষ্ঠান আৰ্টফেডৰ পৰিচালন সঞ্চালক সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিৰ সত্যতা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সন্থাই নুই কৰিছে। এটা বিবৃতিত সংস্থাটোৱে কয় যে, সংস্থাটোৰ পৰিচালন সঞ্চালকগৰাকীক ৰাজ্য চৰকাৰে নিযুক্তি দিব লাগে যদিও আৰ্টফেড কৰ্মচাৰী সন্থাই প্ৰস্তাৱযোগে দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠানটোৰ সঞ্চালক মণ্ডলীয়ে প্ৰেৰণ কৰা প্ৰস্তাৱৰ আধাৰত ৰাজ্য চৰকাৰে বিভাগটোৰ এগৰাকী অভিজ্ঞ কাৰিকৰী বিষয়া মুকুল ডেকাক ২০১৭ চনত ইয়াৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়ে। তদুপৰি বিষয়াগৰাকীৰ অৱসৰৰ সময় পাৰ হোৱাৰ পাছত কৰ্মচাৰী সন্থাৰ দাবী তথা সঞ্চালক মণ্ডলীৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যোৱা ৩ টা বছৰে বিধিগতভাৱে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰিছে বুলিও বৃবিতিটোত লগতে কোৱা হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4