মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 23, 2021
7:31PM

আজি সন্ধিয়া ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰিব

File Photo
ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে আজি সন্ধিয়া গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ লগতে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ডিগ্ৰী আৰু পদক প্ৰদান কৰিব। গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেবব্ৰত, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰামাশংকৰ ডুবেই জানিবলৈ দিয়ে। এই অনুষ্ঠানত স্নাতক শিক্ষাৰ্থীসকলক ৭৩ টা পি ই এছ ডিগ্ৰী আৰু ২৬ টা এমফিল ডিগ্ৰীকে ধৰি মুঠ ২৪৪ টা ডিগ্ৰী প্ৰদান কৰা হ’ব।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4