মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Mar 16, 2021
5:32PM

আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-টুৱেণ্টী ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল

@cricketT20
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টি-টুৱেণ্টী ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ’ব। খেলখন সন্ধিয়া ৭ বজাত ঈশান বিশালে ৩২ টা বলত সংগ্ৰহ কৰা ৫৬ ৰানৰ সহায়ত বিজয় সাব্যস্ত কৰি ভাৰতে শৃংখলাত ১-১ ফলাফলেৰে সমতা স্থাপন কৰিছে। প্ৰথম ২ খন খেলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰা কে এল ৰাহুলৰ ঠাইত উপ-অধিনায়ক ৰোহিত শৰ্মাক আজিৰ খেলখনৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।
ইপিনে, ইংলেণ্ডে কম ৰানৰ লক্ষ্যৰে অৱতীৰ্ণ হৈ প্ৰথমখন খেলত ভাল প্ৰদৰ্শন দেখুৱালেও শৃংখলাৰ দ্বিতীয়খন খেলত প্ৰথমে বেট ধৰি ভাৰতৰ বাবে বৃহৎ লক্ষ্য বান্ধি দিয়াত ব্যৰ্থ হয়। ইংলেণ্ডৰ দলত আজি টম কুৰেণৰ ঠাইত মাৰ্ক উডক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5