মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Mar 18, 2021
6:49PM

আজি ভাৰত আৰু ইংলেণ্ডৰ চতুৰ্থখন টি-টুৱেণ্টী

@BCCI

        ভাৰত আৰু ইংলেণ্ডৰ মাজত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ক্ষন্তেক পাছতে ৫ খনীয়া শৃংখলাৰ চতুৰ্থখন টি-টুৱেণ্টী খেল আৰম্ভ হ’ব। শৃংখলা দখলৰ সম্ভাৱনা জীয়াই ৰাখিবলৈ হ’লে ভাৰতে আজিৰ খেলখনত জয়ী হ’ব লাগিব। শৃংখলাত ইতিমধ্যে ইংলেণ্ড ২-১ ব্যৱধানত আগবাঢ়ি আছে। আজিৰ খেলখনত টছত জয়ী হৈ ইংলেণ্ডে প্ৰথমে ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনায়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5