মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 20, 2021
7:45PM

আকাশবাণী বাতৰি বিভাগৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বিশ্ব বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি ড০ ৰ’ডাৰিকো এইছ অফ্ৰিন

AIR
আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি ড০ ৰ’ডাৰিকো এইছ অফ্ৰিনে কোৱিড-১৯ মহামাৰীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতে চুবুৰীয়া দেশসমূহৰ প্ৰতি আগবঢ়োৱা প্ৰয়োজনীয় সহায়-সমৰ্থনৰ কথা তেওঁ উল্লেখ কৰে। ড০ অফ্ৰিনৰ সম্পূৰ্ণ সাক্ষাৎকাৰ আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অন্যান্য ফ্ৰিকুৱেন্সিসমূহত আজি নিশা ৯ বাজি ১৫ মিনিটত প্ৰচাৰ হ’বলগীয়া স্পট লাইট অনুষ্ঠানত শুনিবলৈ পোৱা যাব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4