A-
A
A+
সৰ্বশেষ :
Feb 27 2021 8:19PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি
          
অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ
          
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা
          
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১
          
কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান
          
Feb 15, 2021
,
7:27PM
অষ্ট্ৰেলিয়ান অপেন টেনিচ প্ৰতিযোগিতাত চেৰেনা উইলিয়ামছ আৰু নাঅ’মি অছাকাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
File Photo
অষ্ট্ৰেলিয়ান অপেন টেনিচ প্ৰতিয়োগিতাত চেৰেনা উইলিয়ামছ আৰু নাঅ’মি অছাকাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাচনিৰ অ’ছাকাই যোৱাবাৰৰ ৰানাৰ-আপ গাবাইন মুগুৰুজাক ৪-৬, ৬-৪, ৭-৫ ছেটত পৰাজিত কৰাৰ বিপৰীতে ছেৰেনাই এৰিনা ছাবালেংকাক ৬-৪, ২-৬, ৬-৪ ছেটত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে পুৰুষৰ ছিংগলত যোৱাবাৰৰ বিজয়ী ন’ভাজ জ’ক’ভিছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ডমিনিক থিয়েম গ্ৰীগৰ ডিমিট্ৰভৰ হাতত পৰাজিত হৈছে।
আনুসংগিক বাতৰি
অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতা
অষ্ট্ৰেলিয়ান অপেন টেনিছঃ মেলবৰ্ণত আজি মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইেনলত ৰোহান বোপান্না-কিছেনক
বোপান্না আৰু শ্বাপ’ভালোভ এ.বি.এন.এম্ব্ৰো বিশ্বটেনিচ প্ৰতিযোগিতাৰ ডাবলছৰ ছেমি ফাইনেলত
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-26 Feb 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
33.2
15.2
মুম্বাই
36.0
21.2
চেন্নাই
32.2
20.4
কলকাতা
36.3
21.6
বাংগালুৰু
33.0
17.4