মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ            কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে            সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি            আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ           

Apr 08, 2021
5:58PM

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয় পালি কোৱিডৰ প্ৰতিষেধক গ্ৰহণ

@narendramodi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত কৰোনা প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰে। শ্ৰীমোডীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰি কয় যে, প্ৰতিষেধক হৈছে কোৱিড ভাইৰাছ প্ৰতিহত কৰাৰ এটা পন্থাহে মাথোঁ।
        তেওঁ লগতে যোগ্য সকলোকে অতি শীঘ্ৰে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু cowin.gov.in ৱেবছাইট যোগে আগতীয়াকৈ নাম পঞ্জীয়ন কৰিবলৈও পৰামৰ্শ আগবঢ়ায়। শ্ৰীমোডীক দ্বিতীয় পালি কোৱিড প্ৰতিষেধক প্ৰদান কৰি পঞ্জাবৰ নিশা শৰ্মাই এই সুযোগক চিৰস্মৰণীয় বুলি প্ৰকাশ কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0