মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 23, 2021
7:05PM

মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীৰ পদত্যাগ পত্ৰ বিবেচনাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ

File Photo

পুডুচেৰীৰ ৰাজ্যপাল ড০ তামিলিচাই সুন্দৰৰাজনে মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীৰ পদত্যাগ পত্ৰখন বিবেচনাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিছে। বিধানসভাত হোৱা আস্থা ভোটত পৰাজিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীৰ আৰু তেওঁৰ কেবিনেটৰ সতীৰ্থসকলে কালি পদত্যাগ কৰে। সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, উপ-ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰখন ইতিমধ্যে গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিছে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4