মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 23, 2021
6:10PM

১ মাৰ্চৰ পৰা জম্মু-কাশ্মীৰ সকলো বিদ্যালয়ত আৰম্ভ হ’ব পাঠদান

File Photo
জম্মু আৰু কাশ্মীৰৰ শিক্ষা বিভাগে ১ মাৰ্চৰ পৰা জম্মু আৰু কাশ্মীৰৰ সকলো বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যালয়সমূহ ১ মাৰ্চৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব। আনহাতে, অষ্টম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষকসকলে প্ৰস্তুতিৰ বাবে ১ মাৰ্চৰ পৰা বিদ্যালয়সমূহত উপস্থিত থাকিব আৰু শিক্ষাৰ্থীসকলে ৮ মাৰ্চৰ পৰা শাৰীৰিকভাৱে শ্ৰেণীত উপস্থিত থাকিব লাগিব। শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি এই সন্দৰ্ভত মানবিশিষ্ট পৰিচালনা বিধিৰ ক্ষেত্ৰত কোনো ধৰণৰ সালসলনি কৰা হোৱা নাই। জম্মুৰ গ্ৰীষ্মকালীন অঞ্চলৰ বিদ্যালয়সমূহ ইতিমধ্যে চলিত মাহৰ ১ তাৰিখৰ পৰা খোলা হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4