A-
A
A+
সৰ্বশেষ :
Feb 27 2021 8:19PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি
          
অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ
          
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা
          
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১
          
কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান
          
Feb 23, 2021
,
5:20PM
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বাস্থ্য সম্পৰ্কীয় ৱেবিনাৰত স্বাস্থ্য আন্তঃগাঁথনি বিষয়ক ভাষণ
@narendramodi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, চৰকাৰে কোৱিড-১৯ সৃষ্ট পৰিস্থিতিৰ মাজতে অতি কম সময়ৰ ভিতৰত শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তুলিছে। তেওঁ কয় যে, চৰকাৰী আৰু ব্যক্তিগত খণ্ড সমন্বিত প্ৰচেষ্টাৰে কোৱিড-১৯ৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰৰ বিশাল নেটৱৰ্ক স্থাপন কৰা হৈছে আৰু কৰোনা ভাইৰাছৰ নিয়ন্ত্ৰণত ই সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি স্বাস্থ্য সম্পৰ্কীয় এখন ৱেবিনাৰত ভাষণ দি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, এইবাৰৰ কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে অভূতপূৰ্ব পৰিমাণৰ ধন আৱণ্টন দিয়া হৈছে আৰু ইয়াৰ পৰা চৰকাৰ যে, দেশৰ প্ৰতিজন লোককে উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সেয়া প্ৰমাণিত হৈছে। তেওঁ কয় যে, ভৱিষ্যতে কোৱিড-১৯ৰ লেখীয়া স্বাস্থ্য বিপৰ্যয়সমূহৰ ফলপ্ৰসূভাৱে সন্মুখীন হোৱাৰ বাবে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি সুদৃঢ় কৰাটো অত্যন্ত জৰুৰী। চৰকাৰে স্বাস্থ্যজনিত বিষয়সমূহৰ ক্ষেত্ৰত এটা সৰ্বাত্মক আৰু সংহত দৃষ্টিভংগী গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, চৰকাৰে স্থায়ী আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল বুলি পৰিচিত প্ৰযুক্তিৰ সহায়েৰে দেশৰ দুৰ্গম এলেকাসমূহত শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে, ভাৰতে সমন্বিত প্ৰচেষ্টাৰে ভালেসংখ্যক লোকৰ জীৱন ৰক্ষা কৰিছে আৰু এতিয়া ভৱিষ্যতৰ বিপৰ্যয়ৰ বাবে নিজকে সাজু কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
আনুসংগিক বাতৰি
মুখ্যমন্ত্ৰীসকলৰ সৈতে বৰ্তমানৰ পৰিস্থিতি আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মত বিনিময়
ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিং
ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
চি আই আইৰ ১২৫ বছৰীয়া বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত নৱেম্বৰ মাহলৈকে ৮০ কোটি লোকক বিনামূলীয়া খাদ্য যোগান
ভাৰতবৰ্ষই সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানো নেওচি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে
মধ্যপ্ৰদেশৰ ৰিৱাত ৭৫০ মেগাৱাট শক্তি সম্পন্ন সৌৰ প্ৰকল্প মুকলি
কৃষক গোটসমূহৰ বাবে ১ লাখ কোটি টকাৰ আঁচনি মুকলি
কোৱিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত গণ মাধ্যমসমূহৰ ভূমিকাক প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ প্ৰশংসা
প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য আবাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ১,৭৫,০০০ বাসগৃহ উদ্বোধন
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-26 Feb 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
33.2
15.2
মুম্বাই
36.0
21.2
চেন্নাই
32.2
20.4
কলকাতা
36.3
21.6
বাংগালুৰু
33.0
17.4