মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি            অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ            কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা            ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১            কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান           

Feb 23, 2021
6:12PM

আই আই টি খড়গপুৰৰ ৬৬ সংখ্যক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী

@narendramodi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে, ২১ শতিকাৰ ভাৰতৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা সলনি হৈছে। সেয়েহে আই আই টি থলুৱা প্ৰযুক্তি প্ৰতিষ্ঠান হিচাপে পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱা হৈছে। আই আই টি খড়গপুৰৰ ৬৬ সংখ্যক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিং যোগে ভাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে, এই দিনটোত ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে কেৱল নিজৰ নতুন জীৱন আৰম্ভ কৰাই নহয় ইয়াৰ লগতে দেশৰ লাখ লাখ লোকৰ জীৱন সলনি কৰাৰ দৰে কামত ব্ৰতী হ’ব লাগিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, আত্ম সজাগতা, আত্মবিশ্বাস আৰু নিঃস্বাৰ্থতা জীৱনৰ সফলতাৰ চাবিকাঠি। বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত কোনো ধৰণৰ চমু পথ নাই।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4