মুখ্য বাতৰি
বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক            দেশত ৰে’ল সেৱা বন্ধ অথবা কৰ্তন কৰাৰ কোনো পৰিকল্পনা নাইঃ ৰে’ল বোৰ্ডৰ অধ্যক্ষ সুনীত শৰ্মা           

Jan 16, 2021
8:15PM

বৰষুণৰ বাবে স্থগিত ব্ৰিছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ অন্তিমখন টেষ্ট

File Photo
ব্ৰিছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনৰ খেল বৰষুণৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে। বৰষুণে বিধি-পথালি দিয়াৰ সময়ত ভাৰতে নিজৰ প্ৰথম ইনিংছত ২ উইকেটৰ বিনিময়ত ৬২ ৰান সংগ্ৰহ কৰি খেলি আছিল। সেই সময়তে অধিনায়ক ৰাহানে ২ ৰান আৰু পূজাৰাই ৮ ৰান কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাই ৪৪ আৰু শুভমন গিলে ৭ ৰান কৰি আউট হয়। অষ্ট্ৰেলিয়াৰ হৈ পেট কামিনছ্ আৰু লায়নে এটাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে ঘৰুৱা দল অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৬৯ ৰান সংগ্ৰহ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0