A-
A
A+
সৰ্বশেষ :
Apr 10 2021 8:36PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ত ৭৬.১৬ শতাংশ ভোটদান
          
বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান
          
নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু
          
আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
          
নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক
          
Jan 15, 2021
,
8:02PM
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাৰ ব্ৰিছবেনত অনুষ্ঠিত চতুৰ্থখন টেষ্ট শৃংখলা ১-১ত ড্ৰ’
File Photo
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ক্ৰিকেট শৃংখলাৰ ব্ৰিছবেনত অনুষ্ঠিত চতুৰ্থখন তথা অন্তিমখন টেষ্টৰ আজি প্ৰথম দিনা অষ্ট্ৰলিয়াই দিনটোৰ শেষলৈকে ৫ উইকেটৰ বিনিময়ত ২৭৪ ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ হৈ মাৰণাছ লাবুচেইনে ১০৮ ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে, ভাৰতৰ টি নটৰাজনে ২ টা উইকেট লোৱাৰ লগতে চিৰাজ, চাৰ্দুল আৰু ৱাচিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। ৪ খন খেলৰ এই শৃংখলাটো সম্প্ৰতি ১-১ ফলাফলত ড্ৰ হৈ আছে।
আনুসংগিক বাতৰি
ছিডনীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতক ৩৭৫ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ
চলিত এদিনীয়াত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত
ছিডনীত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৩৯০ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ
ছিডনীত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক ৫১ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ শৃংখলা দখল
ব্ৰিছবেনত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অন্তিমখন টেষ্ট
ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চতুৰ্থ দিনৰ অন্তিমখন টেষ্ট
বৰষুণৰ বাবে স্থগিত ব্ৰিছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ অন্তিমখন টেষ্ট
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-09 Apr 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
36.0
18.0
মুম্বাই
34.0
24.0
চেন্নাই
34.0
25.0
কলকাতা
35.0
26.0
বাংগালুৰু
36.0
20.0