মুখ্য বাতৰি
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ত ৭৬.১৬ শতাংশ ভোটদান            বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক           

Jan 15, 2021
8:02PM

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাৰ ব্ৰিছবেনত অনুষ্ঠিত চতুৰ্থখন টেষ্ট শৃংখলা ১-১ত ড্ৰ’

File Photo
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ক্ৰিকেট শৃংখলাৰ ব্ৰিছবেনত অনুষ্ঠিত চতুৰ্থখন তথা অন্তিমখন টেষ্টৰ আজি প্ৰথম দিনা অষ্ট্ৰলিয়াই দিনটোৰ শেষলৈকে ৫ উইকেটৰ বিনিময়ত ২৭৪ ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ হৈ মাৰণাছ লাবুচেইনে ১০৮ ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে, ভাৰতৰ টি নটৰাজনে ২ টা উইকেট লোৱাৰ লগতে চিৰাজ, চাৰ্দুল আৰু ৱাচিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। ৪ খন খেলৰ এই শৃংখলাটো সম্প্ৰতি ১-১ ফলাফলত ড্ৰ হৈ আছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0