A-
A
A+
সৰ্বশেষ :
Apr 10 2021 7:35PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান
          
নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু
          
আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
          
নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক
          
দেশত ৰে’ল সেৱা বন্ধ অথবা কৰ্তন কৰাৰ কোনো পৰিকল্পনা নাইঃ ৰে’ল বোৰ্ডৰ অধ্যক্ষ সুনীত শৰ্মা
          
Jan 15, 2021
,
8:01PM
ব্ৰিছবেনত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অন্তিমখন টেষ্ট
File Photo
ব্ৰিছবেনত সম্প্ৰতি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন টেষ্ট চলি আছে। আমালৈ এই বাতৰি অহা পৰলৈকে ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২ উইকেটৰ বিনিময়ত ৩২ ৰান কৰি খেলি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। আকাশবাণীয়ে এই খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিছে। চাৰিখন খেলৰ এই শৃংখলাটো সম্প্ৰতি ১-১ ফলাফলত ড্ৰ হৈ আছে।
আনুসংগিক বাতৰি
ছিডনীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতক ৩৭৫ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ
চলিত এদিনীয়াত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত
ছিডনীত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৩৯০ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ
ছিডনীত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক ৫১ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ শৃংখলা দখল
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট শৃংখলাৰ ব্ৰিছবেনত অনুষ্ঠিত চতুৰ্থখন টেষ্ট শৃংখলা ১-১ত ড্ৰ’
ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চতুৰ্থ দিনৰ অন্তিমখন টেষ্ট
বৰষুণৰ বাবে স্থগিত ব্ৰিছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ অন্তিমখন টেষ্ট
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-09 Apr 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
36.0
18.0
মুম্বাই
34.0
24.0
চেন্নাই
34.0
25.0
কলকাতা
35.0
26.0
বাংগালুৰু
36.0
20.0