মুখ্য বাতৰি
বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক            দেশত ৰে’ল সেৱা বন্ধ অথবা কৰ্তন কৰাৰ কোনো পৰিকল্পনা নাইঃ ৰে’ল বোৰ্ডৰ অধ্যক্ষ সুনীত শৰ্মা           

Jan 15, 2021
8:01PM

ব্ৰিছবেনত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অন্তিমখন টেষ্ট

File Photo
ব্ৰিছবেনত সম্প্ৰতি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন টেষ্ট চলি আছে। আমালৈ এই বাতৰি অহা পৰলৈকে ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২ উইকেটৰ বিনিময়ত ৩২ ৰান কৰি খেলি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। আকাশবাণীয়ে এই খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিছে। চাৰিখন খেলৰ এই শৃংখলাটো সম্প্ৰতি ১-১ ফলাফলত ড্ৰ হৈ আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0