মুখ্য বাতৰি
দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা            ছ’চিয়েল মিডিয়া আৰু অ’ টি টি প্লেটফৰ্মৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা            দেশত কোৱিড-19 আৰোগ্য হাৰ ৯৭.১৭ শতাংশ            খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ            কাইলৈ দিনৰ ১১ বজাত ভাৰত পুতলা মেলা মুকলি           

Jan 29, 2020
10:34AM

ক’ৰ’না ভাইৰাছঃ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি

AIR

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰযোগেক’ৰ’না ভাইৰাছৰ লক্ষণ সন্দৰ্ভত নিজাববীয়াকৈ ঘোষণা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বানজনাইছে। তেওঁ কয় যে এই ভাইৰাছ সম্পৰ্কীয় বিভিন্ন তথ্য প্ৰদানৰ অৰ্থে এটা অহৰ্নিশেখোলা থকা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। এই হেল্প লাইন নম্বৰটো হ’ল০১১-২৩৯৭-৮০৪৬। ডাঃ বৰ্ধনে লগতে কয় যে বৰ্তমানলৈ দেশৰ বিভিন্ন বিমানবন্দৰত প্ৰায়৩৫ হাজাৰ যাত্ৰীৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। যাত্ৰীৰ নমুনা পৰীক্ষা কৰাৰ বাবেৰাষ্ট্ৰীয় বিষাণু প্ৰতিষ্ঠানৰ উপৰি আল্লেপ্পে, বেংগালুৰু, হায়দৰাবাদ আৰু মুম্বাইৰভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰচাৰিটা পৰীক্ষাগাৰ সাজু কৰি তোলা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4