মুখ্য বাতৰি
দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা            ছ’চিয়েল মিডিয়া আৰু অ’ টি টি প্লেটফৰ্মৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা            দেশত কোৱিড-19 আৰোগ্য হাৰ ৯৭.১৭ শতাংশ            খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ            কাইলৈ দিনৰ ১১ বজাত ভাৰত পুতলা মেলা মুকলি           

Jan 26, 2020
5:27PM

চীনত কোৰোনা বাজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে।


চীনত কোৰোনা বাজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে। আনহাতে,দেশখনত এই পৰ্যন্ত ১,৯৭৫ গৰাকী লোক এই বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কখা নিশ্চিতকৰা হৈছে। ইয়ায়ৰে ভিতৰত ৩২৪ গৰাকী ব্যক্তিৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।বৰ্তমানলৈ দেশখনৰ বিভিন্ন প্ৰান্তত ২,৬৮৪ লোক এই বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাবুলি সন্দেহ কৰা হৈছে। ৱুহান আৰু হুবেই প্ৰদেশৰ অন্য ১৭ খন চহৰত এই বীজাণুজনিতৰোগবিধৰ প্ৰদুৰ্ভাৱ পৰিলক্ষিত হৈছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে কোৰোণা বীজাণুৰদ্বাৰা বিয়পা নিউমনিয়া জ্বৰ নিয়ন্ত্ৰণৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাবলৈ আহ্বান জনাইছে।


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4