মুখ্য বাতৰি
দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা            ছ’চিয়েল মিডিয়া আৰু অ’ টি টি প্লেটফৰ্মৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা            দেশত কোৱিড-19 আৰোগ্য হাৰ ৯৭.১৭ শতাংশ            খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ            কাইলৈ দিনৰ ১১ বজাত ভাৰত পুতলা মেলা মুকলি           

Jan 26, 2020
10:41AM

ভাৰতবৰ্ষত ক’ৰ’না ভাইৰাছৰ নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭টা কেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তৰ বছা বছা বিমানবন্দৰ পৰিদৰ্শন কৰিব।

AIR

ভাৰতবৰ্ষত ক’ৰ’না ভাইৰাছৰ নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭টাকেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তৰ বছা বছা বিমানবন্দৰ পৰিদৰ্শন কৰিব। ইয়াৰেভিতৰত নতুন দিল্লী, কলকাতা, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ আৰু কোচিঅন্যতম। এই দলকেইটাত এগৰাকীকৈ জনস্বাস্থ্য বিশেষজ্ঞ, চিকিৎসা বিশেষজ্ঞ আৰুবিষাণু বিশেষজ্ঞ থাকিব। নতুন দিল্লীত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকতস্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই দলকেইটাই ৰাজ্যসমূহৰস্বাস্থ্য সচিবসকলৰ সৈতে ভাইৰাছবিধৰ নিয়্ন্ত্ৰণৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিব।এই ভাইৰাছবিধৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ বাবে ইতিমধ্যে এটা নিয়ন্ত্ৰণকক্ষ স্থাপন কৰাহৈছে। অহৰ্নিশে খোলা থকা এই নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ হ’ল ০১১-২৩৯৭৮০৪৬।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4