মুখ্য বাতৰি
দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা            ছ’চিয়েল মিডিয়া আৰু অ’ টি টি প্লেটফৰ্মৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা            দেশত কোৱিড-19 আৰোগ্য হাৰ ৯৭.১৭ শতাংশ            খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ            কাইলৈ দিনৰ ১১ বজাত ভাৰত পুতলা মেলা মুকলি           

Jan 25, 2020
3:20PM

দেশৰ কোনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই : স্বাস্থ্য মন্ত্ৰ্যালয়

স্বাস্থ্যমন্ত্ৰালয়ে কৈছে যে, কনাৰ ভাইৰাছৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে এই পৰ্যন্ত ৯৬ খন বিমানত ২০ হাজাৰ ৮৪৪গৰাকী যাত্ৰীৰ পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাৰ সময়ত বৰ্তমানলৈকে দেশৰ কোনো লোকৰশৰীৰত কনা ভাইৰাছৰ উপস্থিতি  ধৰা পৰা নাই।অৱশ্যে ৩ গৰাকী ব্যক্তিক পৰ্যবেক্ষণত ৰখা হৈছে। অতিৰিক্ত ১২ টা বিমানবন্দৰৰ বাবেযাত্ৰা পৰামৰ্শাৱলী জাৰি কৰা হৈছে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4