স্বাস্থ্যমন্ত্ৰালয়ে কৈছে যে, ক’ৰ’নাৰ ভাইৰাছৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে এই পৰ্যন্ত ৯৬ খন বিমানত ২০ হাজাৰ ৮৪৪গৰাকী যাত্ৰীৰ পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাৰ সময়ত বৰ্তমানলৈকে দেশৰ কোনো লোকৰশৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই।অৱশ্যে ৩ গৰাকী ব্যক্তিক পৰ্যবেক্ষণত ৰখা হৈছে। অতিৰিক্ত ১২ টা বিমানবন্দৰৰ বাবেযাত্ৰা পৰামৰ্শাৱলী জাৰি কৰা হৈছে।