মুখ্য বাতৰি
দেশৰ ১০০ খন নতুন চিকিৎসালয়ত অক্সিজেন প্ৰকল্প স্থাপনৰ সিদ্ধান্ত            দেশত যোৱা ২৪ ঘণ্টাত কোৱিড-১৯ৰ পৰা আৰোগ্যৰ হাৰ ৯৭.৮০ শতাংশ            পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ            কালি সামৰণি পৰিল পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ মাইক্ৰ’ছফট কোম্পানীৰ সৈতে বুজাবুজি চুক্তিৰ স্বাক্ষৰ           

আঞ্চলিক বাতৰি

 

অসমত কোৱিড-১৯ৰ দ্ৰুত সংক্ৰমণ অব্যাহত

অসমত কোৱিড-১৯ৰ দ্ৰুত সংক্ৰমণ অব্যাহত
যোৰহাটত ১৬ জন লোক কৰোনাত সংক্ৰমিত হৈছে। কালি এজন কোৱিড আক্ৰান্ত ৰোগী মৃত্যুমুখত পৰাৰ বিপৰীতে চিকিৎসালয়ৰ পৰা সুস্থ হৈ ৮৫ জন লোক ঘৰলৈ উভটিছে।

ৰাজ্যজুৰি আজি ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু হিচাপে পালন

ৰাজ্যজুৰি আজি ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু হিচাপে পালন
ৰঙালী বিহু উপলক্ষে ৰাজ্যখনৰ ঠায়ে ঠায়ে কোৱিড-১৯ৰ বিধিসমূহ মানি চলি মুকলি বিহু আৰু মঞ্চ বিহু অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলৰ হুঁচৰি দলসমূহে ঘৰে ঘৰে গৈ গৃহস্থৰ চোতালত আৰ্শীবাদ দিয়াৰ পৰম্পৰাও অঞ্চল বিশেষে ৰাইজে পালন কৰিছে।

হাজং জনগোষ্ঠীৰ লোকসকলৰ ৰঙালী বিহুক বিছুৱা উৎসৱ হিচাপে পালন

হাজং জনগোষ্ঠীৰ লোকসকলৰ ৰঙালী বিহুক বিছুৱা উৎসৱ হিচাপে পালন
চিৰাং জিলাৰ বিষ্ণুপুৰত বসবাস কৰা জনগোষ্ঠীটোৰ লোকসকলে কালি পৰম্পৰাগতভাৱে তেওঁলোকৰ বিছুৱা উৎসৱ উদযাপন কৰে। ৰঙালী উৰুকাৰ দিনটোৰ পৰা গোটেই ব’হাগ মাহটো এই উৎসৱ পালন কৰা হয়।

ৰাজ্যত বিগত ২৪ ঘণ্টাত কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ ১.২৮ শতাংশ।

ৰাজ্যত বিগত ২৪ ঘণ্টাত কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ ১.২৮ শতাংশ।
যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১ লাখ ৯৯ হাজাৰ ৫৩১ জন লোক কৰোনাত আক্ৰান্ত হৈছে। আনহাতে কালিৰ দিনটোত ১ হাজাৰ ৩৬ জন লোকৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰীয় সংবাদ/বাতৰি

 

কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে ওড়িশাৰ সকলো চহৰত কাইলৈৰ পৰা সান্ধ্য আইন জাৰি

কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে ওড়িশাৰ সকলো চহৰত কাইলৈৰ পৰা সান্ধ্য আইন জাৰি
যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৩ হাজাৰ লোকৰ দেহত কোৱিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ওড়িশাত প্ৰৱেশ কৰাত কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে।

দেশজুৰি ভাৰতীয় সংবিধানৰ প্ৰণেতা ড০ আম্বেদকাৰৰ ১৩০ সংখ্যক জয়ন্তী পালন

দেশজুৰি ভাৰতীয় সংবিধানৰ প্ৰণেতা ড০ আম্বেদকাৰৰ ১৩০ সংখ্যক জয়ন্তী পালন
ড০ বি আৰ আম্বেদকাৰৰ মদ্যপ্ৰদেশৰ ইণ্ডোৰ জিলাৰ মহৌ নগৰত ১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্ম হৈছিল। তেওঁ ৰামজী এম চকপাল আৰু ভিমবাই আৰ চকপালৰ ১৪ সংখ্যক সন্তান আছিল। তেওঁ উচ্চ শিক্ষাৰ বাবে নিউ ইয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিল।

ৰাষ্ট্ৰপতি কোৱিন্দে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বসন্ত উৎসৱ উপলক্ষে শুভেচ্ছা জনাইছে

 ৰাষ্ট্ৰপতি কোৱিন্দে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বসন্ত উৎসৱ উপলক্ষে শুভেচ্ছা জনাইছে
শ্ৰীকোৱিন্দে এটা বাৰ্তাত কয় যে, দেশৰ বিভিন্ন অংশত নতুন আশা আৰু উৎসাহ উদ্দীপনাৰে ভিন ভিন ৰূপত পালন কৰা নৱবৰ্ষৰ এই উৎসৱসমূহে দেশৰ বিবিধতা আৰু বহুত্ববাদী পৰম্পৰাৰ কথাকে সূচায়।

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা নাই

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা নাই
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, চৰকাৰে দেশৰ অৰ্তব্যৱস্থা সম্পূৰ্ণৰূপে স্থবিৰ কৰি তুলিব নোখোজে আৰু স্থানীয় পৰ্যায়ত আছুতীয়াকৰণ তথা কোৱাৰেণ্টাইন ব্যৱস্থাৰে কোৱিডৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ’ব।

অন্যান্য বা-বাতৰি

 

অলিম্পিক চেম্পিয়নৰ বিৰুদ্ধে বিউনচ এয়াৰচত ভাৰতীয় হকী দলৰ বিজয় সাব্যস্ত

অলিম্পিক চেম্পিয়নৰ বিৰুদ্ধে বিউনচ এয়াৰচত ভাৰতীয় হকী দলৰ বিজয় সাব্যস্ত
অলিম্পিক চেম্পিয়নৰ বিৰুদ্ধে খেলা চতুৰ্থ আৰু চূড়ান্ত অনুশীলনী মেচত ৪-৩, ৪-২ৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি আৰ্জেণ্টিনা ভ্ৰমণৰ সামৰণি মাৰে। ভাৰতৰ হৈ ৰূপিন্দৰ পাল সিং, জচকৰণ সিং, শ্বিলানন্দ লাক্সা আৰু সুৰেন্দৰ কুমাৰে গ’ল দিয়াৰ বিপৰীতে লিয়ানদ্ৰ’ ট’লিনি আৰু পেদ্ৰ’ ইবাৰাই আৰ্জেণ্টিনাৰ হৈ গ’ল দিয়ে।

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি
যোৱা নিশা অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে চানৰাইজাৰ্ছ হায়দৰাবাদক ৬ ৰাণত পৰাস্ত কৰে। ১৫০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি চানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৪৩ ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।

আই পি এলত কিংছ ইলেভেন পাঞ্জাৱৰ হাতত ৰাজস্থান ৰয়েলচ ৪ ৰণত পৰাজিত

আই পি এলত কিংছ ইলেভেন পাঞ্জাৱৰ হাতত ৰাজস্থান ৰয়েলচ ৪ ৰণত পৰাজিত
ৰাজস্থান ৰয়েলচে নিৰ্ধাৰিত অভাৰত ৭টা উইকেটৰ বিনিময়ত ২১৭ ৰাণহে কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত আজি চেন্নাই এম এ চিডাম্বৰম ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্চ মুম্বাই ইণ্ডিয়ানচৰ মুখামুখি হ’ব।

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছে পাঞ্জাৱ কিংছৰ মুখামুখি হ’ব

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছে পাঞ্জাৱ কিংছৰ মুখামুখি হ’ব
কালি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত চানৰাইজাৰ্ছ হায়দৰাবাদ ১০ ৰাণত পৰাজিত হয়।

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছৰ হাতত চেন্নাই চুপাৰ কিংছক ৭ উইকেটত পৰাজিত

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছৰ হাতত চেন্নাই চুপাৰ কিংছক ৭ উইকেটত পৰাজিত
শিখৰ ধাৱনক প্লেয়াৰ অৱ দ্যা মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ, ছান ৰাইজাৰ্চ হায়দৰাবাদৰ মুখামুখি হ’ব।

মহিলা মল্লযোদ্ধা অংশু মালিক আৰু সোনম মালিকৰ ট’কিঅ’ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন

মহিলা মল্লযোদ্ধা অংশু মালিক আৰু সোনম মালিকৰ ট’কিঅ’ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন
ভাৰতৰ আগশাৰীৰ মহিলা মল্লযোদ্ধা অংশু মালিক আৰু সোনম মালিকে কাজাকাস্তানৰ অলমতিত অনুষ্ঠিত এছিয়া অলিম্পিক কোৱালিফায়াৰ্চ প্ৰতিযোগিতাৰ ৫৭ কিলোগ্ৰাম আৰু ৬২ কিলোগ্ৰাম শাখাৰ ফাইনেলত পৰাজিত হৈছে।

বাতৰি শুনক

  • Assamese-Assamese-1340-1350-Apr 16, 2021
  • Assamese-Assamese-1905-1915-Apr 16, 2021
  • Assamese-Assamese-0705-0715-Apr 16, 2021
  • Dibrugarh-Assamese-1800-Apr 16, 2021
  • Guwahati-Assamese-0850-Apr 16, 2021
  • Guwahati-Assamese-1845-Apr 16, 2021
  • Morning News 16 (Apr)
  • Midday News 16 (Apr)
  • News at Nine 16 (Apr)
  • Hourly 16 (Apr) (1910hrs)
  • समाचार प्रभात 16 (Apr)
  • दोपहर समाचार 16 (Apr)
  • समाचार संध्या 16 (Apr)
  • प्रति घंटा समाचार 16 (Apr) (2200hrs)
  • Khabarnama (Mor) 16 (Apr)
  • Khabrein(Day) 16 (Apr)
  • Khabrein(Eve) 16 (Apr)
  • Aaj Savere 16 (Apr)
  • Parikrama 16 (Apr)

  লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0

ফে’চবুক আপডেট